মুখ্য-পৃষ্ঠা

ভোটাৰ সকললৈ বিশেষ আহ্বান নীতিশ কুমাৰৰ…

asomiyapratidin

ডিজিটেল ডেস্ক : ভোটাৰ সকললৈ বিশেষ আহ্বান বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ । টুইটাৰ যোগে ভোটাৰ সকললৈ এই আহ্বান জনাই নীতিশে । বুধবাৰৰ পৰা বিহাৰৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় ।

টুইটাৰত নীতিশ কুমাৰে কয় "গণতন্ত্ৰত, ভোটদিয়াটো কেৱল অধিকাৰ নহয়, লগতে এটা দায়িত্ব, বিহাৰত আজি ৭১ খন আসনত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন । যদি আপুনি এই অঞ্চলবোৰত ভোটাৰ, অনুগ্ৰহ কৰি ভোট দিবলৈ সময় লওক। আপোনাৰ এটা ভোটে বিহাৰত বিকাশৰ গতি অব্যাহত ৰাখিব আৰু এক উন্নত প্ৰদেশ হিচাপে গঢ়িব পাৰে ।"