মুখ্য-পৃষ্ঠা

অসুস্থ ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

Asomiya Pratidin
  • অসুস্থ ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

  • দিনৰ প্ৰায় ১২ বজাত দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীক

  • তথ্য অনুসৰি, নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল বিত্তমন্ত্ৰী গৰাকীক

  • চিকিৎসকৰ ভাষ্য অনুসৰি, সম্প্ৰতি সুস্থ বিত্তমন্ত্ৰী গৰাকী