মুখ্য-পৃষ্ঠা

আজিৰ পৰা আৰম্ভ নাইট কাৰ্ফিউ…

asomiyapratidin
  • কোৰোনাকেন্দ্ৰিক শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নৈশ সান্ধ্য আইন।
  • নিশা ১১বজাৰ পৰা পুৱা ৫বজালৈ এই সান্ধ্য আইন প্ৰযোজ্য থাকিব।
  • আজিৰে পৰা ১৭জানুৱাৰীলৈ এই আইন প্ৰযোজ্য ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে।
  • মেঘালয়ৰ ইষ্ট খাচী হিলচ্ প্ৰশাসনৰ এই সিদ্ধান্ত।
  • জিলা প্ৰশাসনে শেহতীয়াকৈ জাৰি কৰিছে নিৰ্দেশনা।