মুখ্য-পৃষ্ঠা

মঙলবাৰৰ পৰা দিল্লীত নৈশ সান্ধ্য আইন ঘোষণা…

asomiyapratidin
  • দিল্লীত মঙলবাৰৰ পৰা নৈশ সান্ধ্য আইন ঘোষণা ।
  • কোভিডৰ সংক্ৰমন ৰোধ কৰিবলৈ এই ঘোষণা কেজৰিৱাল চৰকাৰৰ ।
  • নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন ঘোষণা ।
  • ৩০ এপ্ৰিললৈ অব্যাহত থাকিব নৈশ সান্ধ্য আইন ।
  • ইফালে ২৪ ঘন্টা কোভিড ভেকচিন উপলব্ধ হোৱাৰ কথাও ঘোষণা কৰে কেজৰিৱাল চৰকাৰে ।