মুখ্য-পৃষ্ঠা

মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো পদক্ষেপ…

asomiyapratidin
  • মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো পদক্ষেপ।
  • মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে সমীৰ সিনহাক।
  • পূ্বে বিত্ত, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব হিচাপে আছিল সিনহা।
  • ইফালে অতিৰিক্ত মু্খ্য সচিব পবন কুমাৰ বৰঠাকুৰক বদলি কৰা হৈছে।
  • উন্নয়ন আৰু সাংস্কৃতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কৰা হৈছে নতুনকৈ নিযুক্তি।