dangor kotha
dangor kotha  
মুখ্য-পৃষ্ঠা

৬ যাত্ৰীসহ নেপালত সন্ধানহীন হেলিকপ্টাৰ...

Asomiya Pratidin
  • নেপালত সন্ধানহীন হৈছে এখন হেলিকপ্টাৰ।

  • হেলিকপ্টাৰখনত আছিল ৬ জন যাত্ৰী।

  • ৬ যাত্ৰীৰ ভিতৰত ৫ জনেই আছিল বিদেশী নাগৰিক।

  • পুৱা ১০ বজাত হেলিকপ্টাখনে কাঠমাণ্ডুৰ পৰা উৰা মাৰিছিল ছুলুখুম্ভুলৈ।

  • উৰণৰ ১২ মিনিটৰ পাছতেই সংযোগ বিচ্ছিন্ন হয় হেলিকপ্টাৰখনৰ।

  • বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত।