মুখ্য-পৃষ্ঠা

আনুষ্ঠানিকভাৱে ‌ভংগ হ’ল বড়ো বিদ্ৰোহী সংগঠন এনডিএফবি…

asomiyapratidin
  • সোমবাৰে আনুষ্ঠানিকভাৱে ‌ভংগ হ'ল বড়ো বিদ্ৰোহী সংগঠন এনডিএফবি।
  • ওদালগুৰিৰ সোনাইগাওঁস্থিত এনডিএফবিৰ ডেজিগনেটেড শিবিৰত‌ আনুষ্ঠানিকভাৱে ভংগ কৰিলে সংগঠনটো।
  • এনডিএফবিৰ গোবিন্দ বসুমতাৰী গোটৰ বাহিৰে তিনিওটা গোটৰ নেতাসহ সকলো সদস্য উপস্থিত ‌আছে ওদালগুৰিৰ সোনাইগাঁৱত।
  • তিনিওটা গোটৰ তিনিগৰাকী নেতাই অৱনমিত কৰিলে সংগঠনৰ পতাকা।
  • গোবিন্দ গোটে পৃথককৈ অনুষ্ঠিত কৰিব দলভংগ অনুষ্ঠান।