মুখ্য-পৃষ্ঠা

দিল্লীত অনুষ্ঠিত এনডিএৰ গুৰুত্বপূৰ্ণ বৈঠক

asomiyapratidin
  • দিল্লীত অনুষ্ঠিত এনডিএৰ বৈঠক।
  • বৈঠকত উপস্থিত বিজেপিৰ লগতে মিত্ৰদলৰ শীৰ্ষ নেতাসকল।
  • বৈঠকত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ।
  • বিদেশ মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীও উপস্থিত আছে বৈঠকত।
  • বৈঠকত এনডিএ চৰকাৰৰ আগন্তক পৰিকল্পনা সন্দৰ্ভত আলোচনা।