মুখ্য-পৃষ্ঠা

কথমপিহে ৰক্ষা পৰিল এনচিপি নেতা শাৰদ পাৱাৰ! কেবা লুটি খালে কনভয়ৰ বাহন…

asomiyapratidin
  • এনচিপি নেতা শাৰদ পাৱাৰৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।
  • কেবা লুটি খাই পৰিলগৈ বাহনখন।
  • মুম্বাই-পুনে পথত এই ঘটনা সংঘটিত হৈছে।
  • কোনোমতেহে ৰক্ষা পৰে নেতাগৰাকীৰ বাহনখন।
  • ইফালে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকজন আঘাটপ্ৰাপ্ত হৈছে।
  • পুনে আৰক্ষীয়ে সদৰি কৰিছে এই কথা।