মুখ্য-পৃষ্ঠা

নৌসেনাৰ নতুন মুৰব্বীঃ এডমিৰেল কৰমবীৰ সিং…

asomiyapratidin
  • ভাইচ এডমিৰেল কৰমবীৰ সিং নৌসেনাৰ নতুন মুৰব্বী হিচাপে নিযুক্তি।
  • সুনীল লাম্বাৰ পৰা দায়িত্ব ল'লে কৰমবীৰ সিঙে।
  • নৌ সেনাক অধিক শক্তিশালী কৰাত গুৰুত্ব দিব কৰমবীৰ সিঙে।
  • ২৪ সংখ্যক নৌসেনাৰ মুৰব্বীৰূপে দায়িত্ব ল'লে কৰমবীৰ সিঙে ।