মহাৰাষ্ট্ৰৰ নবী মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড।নাওডা ফাটা এলেকাৰ এটা টায়াৰ গুডামত অগ্নিকাণ্ড।উক্ত স্থানত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা।বৰ্তমানলৈ কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা হোৱা নাই।