মুখ্য-পৃষ্ঠা

নলবাৰীত অঘটন, বানত পৰি মৃত্যু মণ্টু বৈশ্যৰ

asomiyapratidin
  • নলবাৰীৰ বৰভাগৰ ৰণাকুছিত অঘটন।
  • বাঢ়নী পানীত পৰি পুনৰ মৃত্যু এজন লোকৰ।
  • পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মণ্টু বৈশ্য নামৰ লোকজনৰ মৃতদেহ।
  • বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল মণ্টু বৈশ্য