মুখ্য-পৃষ্ঠা

নলবাৰীত বিধায়ক অশোক শৰ্মা কোভিডত আক্ৰান্ত…

asomiyapratidin
  • নলবাৰীত বিধায়ক অশোক শৰ্মা কোভিডত আক্ৰান্ত
  • পত্নী প্ৰণীতা দেৱীও আক্ৰান্ত কোভিডত
  • আজি ৰেপিড পৰীক্ষাত ধৰা পৰিল কোভিড পজিটিভ
  • নলবাৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত আছিল বিধায়ক অশোক শৰ্মা
  • এই কাৰ্যনিৰ্বাহক সভাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলাৰ প্ৰভাৰী মনোজ বৰুৱাও আছিল উপস্থিত
  • নলবাৰী জিলা বিজেপিৰ নেতা কৰ্মীৰ মাজত উদ্বিগ্নতা