মুখ্য-পৃষ্ঠা

নগাঁও চিঙৰাপট্ৰী পেট্ৰল পাম্পত গুলীচালনাৰ ঘটনা…VIDEO

asomiyapratidin
  • নগাঁও চিঙৰাপট্ৰী পেট্ৰল পাম্পত গুলীচালনাৰ ঘটনা।
  • মেনেজাৰ ৰাজু জৈনক ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলে গুলীয়াই লুটি নিলে টকা।
  • পেট্ৰল পাম্পৰ পৰা টকা লৈ গাড়ীত উঠিব ধৰোতেই সংঘটিত হৈছে এই ঘটনা।
  • দুৰ্বৃত্তই কিমান টকা লুটি নিলে জানিব পৰা নাই।
  • আহত মেনেজাৰ ৰাজু জৈনক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত।