মুখ্য-পৃষ্ঠা

জুৱেলাৰী দোকানত দুৰ্বৃত্তৰ লুণ্ঠন, লৈ গ’ল ২ লাখ টকাসহ আ-অলংকাৰ

asomiyapratidin
  • মুজাফাৰপুৰত দুৰ্বৃত্তই লুণ্ঠন চলালে জুৱেলাৰী দোকানত।
  • ভগৱানপুৰৰ দোকানখনত চলাই দুৰ্বৃত্তই লুণ্ঠন।
  • দোকানখনৰ পৰা লুটি নিলে ২ লাখ টকা নগদ ধন আৰু বহু আ-অলংকাৰ।
  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।