বৃহস্পতিবাৰে মুম্বাইত অগ্নিকাণ্ড।মুম্বাইৰ চি এছ টি ৰোডত এই অগ্নিকাণ্ড।গুজৰল হাউছ নামৰ এটা অট্টালিকাত সংঘিটত এই অগ্নিকাণ্ড।ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা।বৰ্তমানলৈ কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই।