- সমাজৱাদী পাৰ্টিৰ প্ৰতিস্থাপক তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়েম সিং যাদৱ গুৰতৰভাৱে অসুস্থ।
- ৮৯ বছৰীয়া মলায়েম সিঙক মঙলবাৰে গুৰগাঁৱৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত পু্ণৰ গাজিয়াবাদৰ আন এখন চিকিৎসালয়লৈ স্থানান্তৰ।
- মুত্ৰজনিত ৰোগত আক্ৰান্ত সিঙক অচিৰেই অস্ত্ৰোপচাৰ কৰা হব বুলি চিকিৎসকে জানিবলৈ দিছে।
- বিগত কেইবাদিনো ধৰি অসুস্থ হৈ আছিল সিং।
- থুলিয়াম লেজাৰ প্ৰক্ৰিয়াৰে অস্ত্ৰোপচাৰ সম্পন্ন হব সিঙৰ।