মুখ্য-পৃষ্ঠা

সংগী কোৰোনাত আক্ৰান্ত হোৱাৰ পাছতে কোৱাৰেন্টাইনত সাংসদ প্ৰদান বৰুৱাঃ সংগ্ৰহ কৰা হৈছে স্বাৱ…

asomiyapratidin
  • বলিন চেতিয়া কোৰোনা পজিটিভ ঘটনাই কপাইছে লখিমপুৰ ৷
  • বিধায়ক বলীন চেতিয়াৰ সৈতে সংস্পৰ্শলৈ আহিছিল সাংসদ প্ৰদান বৰুৱা ৷
  • দুদিনমান পূৰ্বে সাংসদ প্ৰদান বৰুৱাৰ সৈতে শদিয়াৰ বান পৰিস্থিতিৰ বুজ লৈছিল ৷
  • পিছত সাংসদ গৰাকীয়ে লখিমপুৰৰ কেইবাটাও স্হানত দলীয় জনসম্পৰ্কৰ কাৰ্য সুচীত ভাগ লৈ ঘৰে ঘৰে গৈছিল ৷
  • জুলাইত শদিয়াৰ বান পৰিস্থিতি বুজ লৈছিল ১০ জুলাইত লখিমপুৰত জন সম্পৰ্ক কৰিছিল ৷
  • সম্প্ৰতি উত্তৰ লখিমপুৰ আৱৰ্ত ভৱনত কোৱেৰেন্টিনত আছে সাংসদ প্ৰদান বৰুৱা ৷
  • সাংসদ গৰাকীৰ স্বাৱো সংগ্ৰহ কৰা হৈছে৷