মুখ্য-পৃষ্ঠা

মধ্যপ্ৰদেশত ধাৰাসাৰ বৰষুণ, বানত উটিল পকী দলং

asomiyapratidin
  • মধ্যপ্ৰদেশত ধাৰাসাৰ বৰষুণ।
  • বৰষুণৰ বাবে ন ন অঞ্চল বানত প্লাৱিত।
  • শিৱপুৰীত খহি পৰিল পকী দলং।
  • কোনো নৈৰ ওপৰত আছিল এই দলংখন।
  • এই পথেৰে যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত।