মুখ্য-পৃষ্ঠা

চিদাম্বৰমক ৫ দিনৰ জিম্মাত বিচাৰিছে চি বি আইয়ে…

asomiyapratidin
  • চিদাম্বৰমক ৫ দিনৰ জিম্মাত বিচাৰিছে চি বি আইয়ে।
  • চি বি আইৰ বিশেষ আদালততৰ ৫০২ নং কোঠাত হাজিৰ কৰোৱা হৈছে চিদাম্বৰমক।
  • আদালতৰ চৌহদত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
  • চি বি আইৰ আদালতত চিদাম্বৰমক শুনানি আৰম্ভ।
  • আদালতত উপস্থিত আছে চিদাম্বৰমৰ অধিবক্তাও।