কোৰোনাত আক্ৰান্তহৈ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ মৃত্যু।মন্ত্ৰীগৰাকীৰ নাম সুৰেশ আংগাৰীৰ মৃত্যু।কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী আছিল তেওঁ।১১ ছেপ্টেম্বৰত কোভিডত আক্ৰান্ত হৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।তাৰপাছত চিকিৎসাধীন হৈ আছিল তেওঁ।