মুখ্য-পৃষ্ঠা

ৰেলৰ ডবাত উদ্ধাৰ তিনি অচেতন যুৱক, মৰিয়নিত চাঞ্চল্য…

asomiyapratidin
  • মৰিয়নি ৰেল ষ্টেচনত উজনিমুৱা বিৱেক এক্সপ্ৰেছৰ ৭নং ডবাত অচেতন অৱস্থাত তিনিজন যাত্ৰী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
  • কণ্যাকুমাৰীৰ পৰা মৰান অভিমুখে আহি থকা অৱস্থাত যুৱক তিনিজনক দুৰ্বৃত্তই নিচাযুক্ত দ্ৰব্য সেৱন কৰাই লুটি নিয়ে নগদ ধন মবাইল ফোন।
  • বৰ্তমান মৰিয়নি ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
  • যুৱক কেইজন ক্ৰমে জয়ন্ত বৰা ,বি কৰ্মকাৰ, আৰু সুধীৰ এক্কা বুলি জানিব পৰা গৈছে