মুখ্য-পৃষ্ঠা

সম্ভাষণ নহয় তিৰষ্কাৰ! গামোচাৰ সলনি ক’লা পতাকাৰে মুখ্যমন্ত্ৰীক মৰিগাঁৱত আদৰণি

asomiyapratidin
  • মুখ্যমন্ত্ৰীক আকৌ ক'লা পতাকা প্ৰদৰ্শন।
  • মৰিগাঁও জোনবিল মেলালৈ যাওতে কলা পতাকা প্ৰদৰ্শন কৰিলে কেইবাটাও দল-সংগঠনে।
  • কৃষক মুক্তিৰ লগতে কেইবাটাও সংগঠনে প্ৰদৰ্শন কৰিলে এই কলা পতাকা ।
  • ৮ জন প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে।
  • ইয়াৰ পূৰ্বেও ৰাজ্যৰ কেইবা ঠাইতো মুখ্যমন্ত্ৰীক কলা পতাকা প্ৰদৰ্শন কৰিছে প্ৰতিবাদকাৰীয়ে।