ৰাজ্যত পুনৰ ৭৮৬জনৰ দেহত ধৰা পৰিল কোভিড-১৯।ইয়াৰে ৫৯৮জন গুৱাহাটীৰ বুলি চিনাক্ত কৰা হৈছে।ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২,৫২২জনলৈ বৃদ্ধি।ইয়াৰ ভিতৰত ৪৬২৩জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈছে ৭৮৮২জনকৈ লোক।