মুখ্য-পৃষ্ঠা

বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন, আজি দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে মোডীৰ বৈঠক…

asomiyapratidin
  • বৃহস্পতিবাৰে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক ।
  • বৃহস্পতিবাৰে সন্ধিয়া ৬.৩০ বজাত অনুষ্ঠিত হ'ব এই বৈঠক ।
  • কোভিডৰ সংক্ৰমন বৃদ্ধিৰ বাবে এই বৈঠকৰ আহ্বান ।
  • কোভিড প্ৰতিষেধকৰ টিকাকৰন সম্পৰ্কেও হ'ব আলোচনা ।
  • ভিডিঅ' কণ্ফাৰেণ্স যোগে অনুষ্ঠিত হ'ব এই বৈঠক ।