মুখ্য-পৃষ্ঠা

কমনৱেলথত পদক বিজয়ী খেলুৱৈৰ সৈতে মিলিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

asomiyapratidin

ডিজিটেল ডেস্ক :

বাৰ্মিংহামত পদক বিজয়ী খেলুৱৈৰ সৈতে মিলিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

শনিবাৰে মিলিত হ'ব বাৰ্মিংহাৰ কমনৱেলথ গেমছত পদক লাভ কৰা খেলুৱৈৰ সৈতে।

শনিবাৰে পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী আৱাসত খেলুৱৈসকলৰ সৈতে মিলিত হ'ব মোডী।

ভাৰতে ২০২২ৰ কমনৱেলথ গেমছত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে ৬১টা পদক লাভ কৰিছিল।

আৰু তাৰ ভিতৰত সোণৰ পদক আছিল ২২ টা।