মুখ্য-পৃষ্ঠা

জন্মদিনত ৰাজঘাটত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি মোডীৰ, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ২ অক্টোবৰ অৰ্থাৎ আজি মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী। সমগ্ৰ দেশতেই গান্ধী জয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী। দিল্লীৰ ৰাজঘাটত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ  চাওঁক ভিডিঅ'-