ডিজিটেল ডেস্কঃ মোডীৰ মন্ত্ৰীসভাৰ এইবাৰ থাকিব ৫৮গৰাকী সাংসদ। ইয়াৰে ২৪জনক দিয়া হৈছে কেবিনেট মৰ্যাদা। উত্তৰপূবৰ পৰা কিৰণ ৰিজিজুৰ লগতে ডিব্ৰুগড় সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীক এই মন্ত্ৰীসভাত স্থান দিয়া হৈছে। মোডী মন্ত্ৰীসভাৰ ৫৩ নম্বৰত স্থান লাভ কৰে ডিব্ৰুগড় সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে। মোডী মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকা-
- নৰেন্দ্ৰ মোডী (প্ৰধানমন্ত্ৰী)
- ডি ভি সদানন্দ গৌড়া
- নিৰ্মলা সীতাৰমন
- ৰবি শংকৰ প্ৰসাদ
- হৰছিমৰত কৌৰ বাদল
- থাৱাৰচন্দ গেহলট
- এছ জয়শংকৰ
- ৰমেশ পোখৰিয়াল
- অৰ্জুণ মুণ্ডা
- স্মৃতি ইৰাণী
- ড০ হৰ্ষ ৱৰ্ধন
- প্ৰকাশ জাৱেদকাৰ
- পীয়ুষ গোৱেল
- ধৰ্মেন্দ্ৰ প্ৰধান
- মুখতাৰ আব্বাছ নাকৱী
- প্ৰহ্লাদ যোশী
- মহেন্দ্ৰ নাথ পাণ্ডে
- অৰ্বিন্দ শাৱন্ত
- গিৰিৰাজ সিং
- গজেন্দ্ৰ সিং শ্বেখাৱট
- সন্তোষ কুমাৰ গাংগ্বাৰ
- ৰাও ইন্দৰজিত সিং
- শ্ৰীপদ নায়ক
- ড০ জীতেন্দ্ৰ সিং
- কিৰেণ ৰিজিজু
- প্ৰহ্লাদ পেটেল
- আৰ কে সিং
- হৰপ্ৰীত পুৰী
- মনসুখ মান্দৱিয়া
- ভি কে সিং
- ফাগ্গান সিং কুলাষ্টে
- অশ্বিনী চৌবে'
- কিষান পাল গুজ্জৰ
- দানৱে ৰাওছাহেব দাদাৰাও
- জি কাষণ ৰেড্ডী
- পৰষোত্তম ৰূপালা
- ৰামদাস আথাৱালে
- সাধৱী নিৰঞ্জন জ্যোতি
- বাবুল সুপ্ৰিয়া
- সঞ্জীৱ কুমাৰ বাল্যান
- ধোট্ৰে সঞ্জয় সামৰাও
- অনুৰাগ সিং ঠাকুৰ.
- অংগডী সুৰেশ চান্নাবাছাপ্পা
- নিত্যানন্দ ৰায়
- ভি মুৰালিধৰণ
- ৰেণুকা সিং ছাৰুটা
- সোম প্ৰকাশ
- ৰমেশ্বৰ তেলী
- প্ৰতাপ চন্দ্ৰ সাৰাংগী
- কৈলাশ চৌধাৰী
- দেবাশ্ৰী চৌধাৰী
- অৰ্জুন ৰাম মেঘৱাল
- ৰতন লাল খাটাৰীয়া