মুখ্য-পৃষ্ঠা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু মিজোৰাম আৰক্ষীৰ…

asomiyapratidin
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু।
  • মুখ্যমন্ত্ৰীৰ লগতে ৬গৰাকী শীৰ্ষ অসম আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধেও গোচৰ ৰুজু।
  • গোচৰ ৰুজু কৰিছে মিজোৰাম আৰক্ষীয়ে।
  • হত্যাৰ আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত ৰুজু কৰা হৈছে গোচৰ।
  • অসম আৰক্ষীৰ কাছাৰ জিলাৰ উপায়ুক্তৰ নেতৃত্বত অসম আৰক্ষীৰ জোৱানসকল মিজোৰামত প্ৰৱেশ কৰা বুলি কোৱা হৈছে এজাহাৰত।