মুখ্য-পৃষ্ঠা

দেওবাৰে অসমত কোৰোনাত আক্ৰান্ত ৩,২৯৯গৰাকী

asomiyapratidin
  • বিগত ২৪ ঘন্টাত অসমত কোভিডত আক্রান্ত ৩,২৯৯ জন লোক।
  • কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা ১,৩৪৬গৰাকী।
  • কভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৪৮ জন লোকৰ ।
  • ৩৬,১৬৫গৰাকী লোকক আজি কৰা হৈছিল টেষ্ট।