মুখ্য-পৃষ্ঠা

ডেংগুত আক্ৰান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং ..

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আক্ৰান্ত হৈছে ডেংগুত। কিন্তু প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। দিল্লী এইমছৰ চিকিতসকে সিঙৰ স্বাস্থ্যৰ সন্দৰ্ভত ইতিমধ্যে বুলেটিন প্ৰকাশ কৰি অৱগত কৰিছে যে, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্য বৰ্তমান সংকটমুক্ত। উল্লখ্য যে, স্বাস্থ্যৰ অৱনতিৰ বাবে যোৱা বুধবাৰে তেওঁক ভৰ্তি কৰ হৈছিল দিল্লী এইমছত।