মুখ্য-পৃষ্ঠা

কোৰোনাত আক্ৰান্ত! মনমোহন সিং সুস্থ হ’ল, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাত আক্ৰান্ত মনমোহন সিং সুস্থ হ'ল। ৮২ বছৰীয়া সিঙক অচিৰেই যাবলৈ দিয়া হ'ব ঘৰলৈ। এই কথা চিকিৎসকে মঙলবাৰে সদৰি কৰিলে। দিল্লীৰ লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হাস্পাতালত চিকিৎসাধীন হৈ আছিল সিং। কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ সংকটজনকভাৱে অসুস্থ হৈ পৰিছিল তেওঁ।

সুস্থ হোৱাৰ পিছতে চিকিৎসকে হুইলচেয়াৰত বহুৱাই তেওঁক সংবাদমাধ্যমৰ সন্মুখলৈ লৈও আহে। চিকিৎসকৰ বাবে এয়া এক ডাঙৰ সফলতা। চিকিৎসক-চিকিৎসাকৰ্মীসকলে তেওঁক শুভেচ্ছাও জ্ঞাপন কৰে। অৱশ্যে এইজন মনমোহন সিং প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং নহয়।