মুখ্য-পৃষ্ঠা

মণিপুৰত নতুনকৈ ৪গৰাকী লোকৰ দেহত কোৰোনা…

asomiyapratidin
  • মণিপুৰত নতুনকৈ ৪গৰাকী লোকৰ দেহত কোৰোনা।
  • মণিপুৰ চৰকাৰে কিছুসময়ৰ পূৰ্বে ৰাজহুৱা কৰিছে এই তথ্য।
  • ৰাজ্যখনত বৰ্তমান কোৰোনাত আক্ৰান্তৰ সংখ্যা ৬৬লৈ বৃদ্ধি।
  • বৰ্তমানো মণিপুৰত চিকিতসাধীন হৈ আছে ৫৯গৰাকী লোক।
  • বাকী ৭গৰাকী লোক কোৰোনামুক্ত হৈছে মণিপুৰত।