মুখ্য-পৃষ্ঠা

মঙলদৈত ৰাষ্ট্রীয় বাণিজ্য মেলা…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত গান্ধী ময়দানত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় ৰাষ্ট্রীয় বাণিজ্য মেলা । অসমৰ লগতে চুবুৰীয়া ৰাজ্য মনিপুৰ,মিজোৰাম,অৰুণাচল আদি ৰাজ্য সমূহৰ পৰা অহা বিভিন্ন সামগ্রীৰ বিপনীৰ উপৰীও বাণিজ্য মেলাখনত আছে শিশু সকলৰ মানসিক উতকৰ্ষ সাধনৰ বাবে বিভিন্ন খেলা ধূলাৰ বেৱস্থা । ফেব্রুৱাৰী মাহৰ ১০ তাৰিখলৈ হবলগীয়া বানিজ্য মেলাত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদোক্তা সকলে।