মুখ্য-পৃষ্ঠা

মহানগৰীত ছুৰীৰে আক্ৰমণ এজনক, আটক ৪ জন

Asomiya Pratidin
  • মহানগৰীৰ ৰিহাবাৰীত চাঞ্চল্যকৰ ঘটনা।

  • এজন লোকক ছুৰীৰে আক্রমণ।

  • দেওবাৰে সন্ধিয়া ভাগত সংঘটিত হয় এই ঘটনা।

  • আক্রমণত গুৰুতৰভাৱে আহত লোকজন।

  • লোকজনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি পল্টন বজাৰ আৰক্ষীৰ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে ৪জনক।

  • কি কাৰণে এই ঘটনা সংঘটিত হ'ল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।