মঙলবাৰে দিল্লীলৈ ৰাওনা হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।দিল্লীত মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰিব অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক।দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয় বহু গুৰুত্বপূৰ্ণ বিষয়ত মিলিত হ'ব বৈঠকত।