মুখ্য-পৃষ্ঠা

আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব মমতা বেনাৰ্জীয়ে…

asomiyapratidin
  • বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব মমতা বেনাৰ্জীয়ে ।
  • তৃতীয়বাৰ মুখ্যমন্ত্ৰী ৰূপে ৰাজভৱনত শপত ল'ব বংগ কন্যা মমতাই ।
  • কোভিডৰ পৰিস্থিতিৰ বাবে শপত গ্ৰহন অনুষ্ঠান ডাঙৰকৈ অনুষ্ঠিত কৰা নহয় ।
  • শপত গ্ৰহন অনুষ্ঠানত উপস্থিত থাকিব পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য, বিৰোধী দলৰ নেতা আব্দুল মান্নান আৰু চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা বিমান বসু ।