মুখ্য-পৃষ্ঠা

গুৱাহাটীত মৃত্যু হোৱা এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে কোৰোনা…

asomiyapratidin
  • গুৱাহাটীৰ মালিগাঁৱৰ এগৰাকী মহিলা কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা তথ্য পোহৰলৈ আহিছে।
  • মহিলাগৰাকীৰ নাম মীনা ভৰাঁলী।
  • মৃত্যুৰ পাছতহে তেওঁ দেহত কোৰোনাৰ অৱস্থিতিৰ কথা ধৰা পৰে।
  • মধুমেহ আৰু বৃক্ক ৰোগত আক্ৰান্ত আছিল মহিলাগৰাকী।
  • মৃত্যুৰ পাছতে তেওঁৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল।
  • স্বাৱৰ পৰীক্ষাতে তেওঁৰ কোৰোনা ৰিজাল্ট আহে পজিটিভ।
  • মহিলাগৰাকীক ভুতনাথত সম্পন্ন কৰা হৈছিল শেষকৃত্য।