মুখ্য-পৃষ্ঠা

মালিগাঁৱত দুদিন পূৰ্বে মৃত্যু হোৱা লোকৰ দেহত কোভিড-১৯…

asomiyapratidin
  • মালিগাঁৱত দুদিন পূৰ্বে মৃত্যু হোৱা লোকৰ দেহত কোভিড-১৯ৰ অৱস্থিতি।
  • জ্বৰ, কাহত আক্রান্ত হৈ মৃত্যু হৈছিল সুশাৱন দত্ত নামৰ লোকজনৰ।
  • মৃত্যুৰ এদিন পূৰ্বে স্বাৱ পৰীক্ষা কৰাইছিল দত্তৰ।
  • সেই পৰীক্ষাৰ ৰিজাল্ট আহিছে পজিটিভ।
  • মৃত দত্তৰ পত্নীও COVID-19ত আক্রান্ত।