- অফলামুখ ঘাটেৰে ৰ'পেস্ক চলাৰ সময়সূচী সলনি।
- আজিও অব্যাহত অভাৱনীয় পৰিবেশ।
- কমলাবাৰী ফেৰী ঘাটত মাত্ৰ এখন ফেৰীহে চলিব।
- পুৱা ৮ বজাত আৰু ১১.৩০ বজাত,৩ বজাত অফলামুখৰে চলিব ফেৰী।
- স্থানীয় ৰাইজৰ মাজত ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া।
- চলিবলগীয়া ফেৰীসমূহৰ সময়সূচী এনেধৰণৰঃ
Ro pax:
Neamati to Aphalamukh
8:00 AM
11:30 AM
3:00 PM
Aphalamukh to Neamati:
8:00 AM
11:30 AM
3:00 PM
Kamalabari to Neamati:(MV Panei)
8:00 AM
1:00 PM
Neamati to Kamalabari:(Panei)
10:30 AM
3:30 PM