মুখ্য-পৃষ্ঠা

৩টাকৈ ভূমিকম্পই জোকাৰিলে মহাৰাষ্ট্ৰ, মৃত্যুক সাৱটিলে এটি ২বছৰীয়া শিশুৱে…

asomiyapratidin
  • মহাৰাষ্ট্ৰত কৰুণ ঘটনা।
  • শুকুৰবাৰে ৰাজ্যখনৰ পালঘৰত অনুভূত ভূমিকম্পত মৃত্যুক সাৱটিলে এটি ২ বছৰীয়া কণমানিয়ে।
  • শুকুৰবাৰে ৩টাকৈ ভূমিকম্পই জোকাৰি যায় মহাৰাষ্ট্ৰ।
  • ৰাজ্যখনত ক্ৰমে ৪.১, ৩.৬ আৰু ৩.৫ প্ৰাবল্যৰ ৩টা ভূমিকম্পই জোকাৰি যায়।
  • বিয়লি ক্ৰমে- ২.০৬ বজাত, ৩.৫৩ বজাত আৰু ৪.৫৭বজাত ভূমিকম্পই জোকাৰি যায় ৰাজ্যখন।