- মহাৰাষ্ট্ৰত কোভিড চিকিৎসালয়ত অগ্নিকাণ্ড ।
- শুকুৰবাৰে ৰাতিপুৱা ৩ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড ।
- বিজয় বল্লভ কোভিড কেয়াৰ হস্পিটেল সংঘটিত হয় অগ্নিকাণ্ড ।
- অগ্নিকাণ্ডটোৰ ফলত ১৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
- চিকিৎসালয় খনৰ আইচিইউত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।
- আগ্নিকাণ্ডৰ ফলত ২১ জন কোভিড ৰোগীক আন এখন হস্পিতাললৈ স্থানান্তৰ কৰা হৈছে ।