- মধ্যপ্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
- এখন অটো ৰিক্সাক বাট এৰি দিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱালে এখন বিলাসী বাহনে।
- নিয়ন্ত্ৰণ হেৰুৱাই নদীত পৰিল বাহনখন।
- বাহনখনত আছিল ৫ জন যাত্ৰী।
- নিৱাৰী জিলাৰ অৰ্চা চহৰত এই ঘটনা সংঘটিত হৈছে।
- পৰৱৰ্তী সময়ত জীৱন্তে উদ্ধাৰ কৰা হয় আটাইকেইজন যাত্ৰীক।
- উদ্ধাৰ কৰিয়ে ভৰ্তি কৰা হয় হাস্পতালত।
- দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে যাত্ৰীসহ পলায়ন কৰে অটো ৰিক্সাখন।