মুখ্য-পৃষ্ঠা

আজি বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ…

asomiyapratidin
  • আজি বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ।
  • শুকুৰবাৰে নিশা ১০ বাজি ৩৮ মিনিটৰ পৰা আৰম্ভ হব চন্দ্ৰগ্ৰহণ।
  • নিশা ২ বাজি ৪২ মিনিটত অন্ত পৰিব চন্দ্ৰগ্ৰহণ।
  • ভাৰতৰ উপৰিও এই চন্দ্ৰগ্ৰহণ আমেৰিকা, কানাডা, ব্ৰাজিল, আৰ্জেটিনাত পৰিলক্ষিত হব।