মুখ্য-পৃষ্ঠা

লামডিঙত দ্বিতীয়গৰাকী কোৰোনা ৰোগীৰ মৃত্যু…

asomiyapratidin
  • লামডিঙত দ্বিতীয়গৰাকী কোৰোনা ৰোগীৰ মৃত্যু ৷
  • উমা দে (৬০) নামৰ মহিলাগৰাকীৰ মৃত্যু।
  • ২৮ জুলাইৰ পৰা GMCHত চিকিৎসাধীন হৈ আছিল তেওঁ।
  • মহিলা গৰাকী কৰ্কট ৰোগত বহু দিনৰে পৰা আক্ৰান্ত হৈ আছিল ৷