টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত...
টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত... road accident
মুখ্য-পৃষ্ঠা

টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লংকাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত দুজন লোক অতি গুৰুত্বপূৰ্ণ ভাৱে আহত হৈছে।

আহত লোক দুজন বিৰাট জিদোং আৰু অজয় দাস। দুয়োকে আহত অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে এখন মালবাহী টাটা মেজিক আৰ বাইকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। লংকাৰ ২নং চামবৰীয়াত সংঘটিত হৈছে এই দুৰ্ঘটনা।