মুখ্য-পৃষ্ঠা

লামডিঙত ১৩ মহীয়া শিশুৰ মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin
  • লামডিঙত পুৱা নিৰুদ্দেশ হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ ৷

  • নিজ বাসগৃহৰ পকী কুঁৱাৰ পৰা উদ্ধাৰ মৃতদেহ ৷

  • লামডিং আৰক্ষীৰ তদন্তৰ পিছতে উদ্ধাৰ মৃতদেহ ৷

  • কোনো লোকে ১৩ মহীয়া শিশুটিক কুঁৱাত পেলাই হত্যা কৰাৰ সন্দেহ ৷