- 'কা' বিৰোধী প্ৰতিবাদত লক্ষ্ণৌত এজনৰ মৃত্যু।
- লক্ষ্ণৌৰ মেদিগঞ্জ অঞ্চলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হৈছিল সংঘৰ্ষ।
- এই সংঘৰ্ষত আহত হৈছিল আৰক্ষী-নিৰাপত্তাৰক্ষীৰ লগতে কেবাগৰাকী প্ৰতিবাদকাৰী।
- প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ আৰু গুলীবৰ্ষণ কৰিছিল।
- মাংগালুৰুতো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীবৰ্ষণ কৰিছিল।
- মাংগালুৰুত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত আহত হৈ আইচিইউত চিকিৎসাধীন দুজন লোক।
- ইফালে ২০ গৰাকী আৰক্ষী বিভাগৰ লোকো আঘাটপ্ৰাপ্ত হৈছে।