মুখ্য-পৃষ্ঠা

লোকসভাৰ নতুন অধ্যক্ষ হ’ব ওম বিৰলা

asomiyapratidin
  • লোকসভাৰ নতুন অধ্যক্ষ হ'ব ওম বিৰলা।
  • ৰাজস্থানৰ কোটাৰ বিজেপি সাংসদ বিৰলা।
  • আজি মনোনয়ন দাখিল কৰিব ওম বিৰলাই।
  • কাইলৈ নিৰ্বাচন কৰা হ'ব লোকসভাৰ অধ্যক্ষ।
  • দ্বিতীয়বাৰৰ বাবে সাংসদ নিৰ্বাচিত হৈছে বিৰলা।
  • তিনিবাৰ ৰাজস্থান বিধানসভালৈ নিৰ্বাচিত হৈছিল বিৰলা ।