মুখ্য-পৃষ্ঠা

লকডাউনৰ সময় বৃদ্ধিৰ কোনো পৰিকল্পনা নাই ভাৰত চৰকাৰৰ…

asomiyapratidin
  • লকডাউনৰ সময় বৃদ্ধিৰ কোনো পৰিকল্পনা নাই ভাৰত চৰকাৰৰ।
  • এই সময় বৃদ্ধিৰ বৰ্তমানলৈ পৰিকল্পনা কৰা নাই চৰকাৰে
  • কেন্দ্ৰীয় সচিব ৰাজীৱ গৌবাই স্পষ্ট কৰি দিলে এই কথা।
  • সংবাদমেলত তেওঁ লগতে কয়, কোৰোনাৰ শৃংখল ভাঙিবৰ বাবে লকডাউনৰ খুবেই প্ৰয়োজন আছিল।
  • আমি আশা কৰিম বাকী থকা দিনকেইটাত জনতাই লকডাউন মানি চলক।